Breaking

Browsing Category

ক্রীড়া-জগত

আৰ ই চি পূৱ মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং পূৰ্ণগতিত…

আৰ ই চি পূৱ মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং পূৰ্ণগতিতযুৱ-এলিট শাখাত অভিলেখ সংখ্যক পুৰুষ-মহিলাৰ অংশগ্ৰহণ অভিলেখ সংখ্যক পুৰুষ-মহিলা খেলুৱৈৰ অংশগ্ৰহণৰে আজিৰে পৰা গুৱাহাটীত চলিত আৰ ই চি পূৱ মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী
Read More...

বাহাৰঘাট ভলীবলত অসম ৰাজ্যিক বিদ্যুত পৰিষদ চেম্পিয়ন…

বাহাৰঘাট ভলীবলত অসম ৰাজ্যিক বিদ্যুত পৰিষদ চেম্পিয়ন*** লহকৰপাৰা জনশিক্ষা পুথিভঁৰালৰ সৌজন্যত বাহাৰঘাট লখিমী পথাৰত দেওবাৰ(১০ মাৰ্চ)ৰ পৰা আৰম্ভ হোৱা প্ৰয়াত গিৰীন্দ্ৰ চন্দ্ৰ লহকৰ আৰু ৰাজীৱ লহকৰ সোঁৱৰণী সদৌ অসম ভিত্তিত অনুষ্ঠিত ২৫ সংখ্যক
Read More...

ঋষভ পন্ত সুস্থ! আগন্তুক IPLত খেলপথাৰত দেখা যাব ঋষভক…

সুস্থ ঋষভ পন্ত। এইবাৰ আই পি এলত খেলা দেখা যাব পন্তক। এই কথা মঙলবাৰে ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। সোমবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদকে কৈছিল যে পন্তক অতি সোনকালে সুস্থ ঘোষণা কৰা হ’ব। ।২০২২ চনৰ ৩০ ডিচেম্বৰত গাড়ী দুৰ্ঘটনাত আহত হৈছিল
Read More...

নৰ্থ ইষ্ট অলিম্পিক গেমছলৈ চৰাইদেউ জিলা বেল্ট ৰেষ্টলিং সন্থাৰ খেলুৱৈ অভিলাশা লাহন আৰু সমীৰ ৰঞ্জন…

নৰ্থ ইষ্ট অলিম্পিক গেমছলৈ চৰাইদেউ জিলা বেল্ট ৰেষ্টলিং সন্থাৰ খেলুৱৈ অভিলাশা লাহন আৰু সমীৰ ৰঞ্জন লংপতীয়া অসম ৰাজ্যিক দলত নিৰ্বাচিত। ১৮ মাৰ্চ তাৰিখৰ পৰা ২৩ মাৰ্চ তাৰিখলৈ নাগালেণ্ডত অনুষ্ঠিত হ'বলগীয়া তৃতীয় নৰ্থ ইষ্ট অলিম্পিক গেমছ ২০২৪ত
Read More...

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব পাকিস্তানত! টিম ইণ্ডিয়া যাবনে পাকিস্তানলৈ…

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজন হ’ব পাকিস্তানত। এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল টিম ইণ্ডিয়া পাকিস্তানলৈ যাব নেকি? দীৰ্ঘদিনীয়া ব্যৱধানৰ অন্তত অহা বছৰ আই চি চিৰ দ্বিতীয় বৃহত্তম প্ৰতিযোগিতা অৰ্থাৎ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব।
Read More...

১৩ মাৰ্চৰ পৰা ছিপাঝাৰ ষ্টেডিয়ামত চতুৰ্থ বাৰ্ষিক ডাঃ টি আও আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতা…

১৩ মাৰ্চৰ পৰা ছিপাঝাৰ ষ্টেডিয়ামত চতুৰ্থ বাৰ্ষিক ডাঃ টি আও আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতা অহা ১৩ মাৰ্চৰ পৰা ছিপাঝাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চতুৰ্থ বাৰ্ষিক ডাঃ টি আও আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতা৷ আজি এই বিষয়ে সদৰি কৰিছে প্ৰতিযোগিতাখনৰ
Read More...