Breaking

Browsing Tag

sarbananda sonowal

যোগে মানুহৰ জীৱনলৈ পৱিত্ৰতা, সৰলতা, সহনশীলতা, ইতিবাচকতা আৰু শান্তি আনিব পাৰে: সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰ্জাতিক যোগ দিৱসৰ ১০০ দিনৰ গণনাৰ বাবে নতুন দিল্লীত ইতিমধ্যে 'যোগ মহোৎসৱ'ৰ শুভাৰম্ভ কৰে। এই যোগ আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিবলৈ সৰ্বস্তৰৰ ৰাইজকে সোণোৱালে
Read More...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’লে-“নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ…

চলি আছে ৩ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয়, "তিনিওখন ৰাজ্যতে হ'ব বিজেপিৰ চৰকাৰ"। সোণোৱালে
Read More...

ধেমাজিৰ কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অন্তৰংগ…

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ধেমাজি বাণিজ্য মহাবিদ্যালয় প্রেক্ষাগৃহত ধেমাজি বাণিজ্য মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয়, ধেমাজি বালিকা মহাবিদ্যালয়, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে
Read More...

বিশ্বনাথ নগৰস্থিত কমলাকান্ত নাট্য সমাজত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল:দলীয় সভাত…

কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰাৰ পাছত প্ৰথম বাৰলৈ বিশ্বনাথত উপস্থিত হ'ল সৰ্বানন্দ সোণোৱাল ৷শুকুৰবাৰে নিশা বিশ্বনাথত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বনাথৰ লেহুগাঁৱৰ নিৱাসী সৰহবৰহী মহিলা প্ৰয়াত সবিতা হাজৰিকা তথা মন্ত্ৰীগৰাকীৰ
Read More...

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- ‘ভাৰতীয় আয়ুষ খণ্ডই ২৩ বিলিয়ন ডলাৰৰ লৈকে…

নাগপুৰত অনুষ্ঠিত এক সভাত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । দেশৰ আয়ুষ খণ্ডই আগন্তুক ২০২৩ বৰ্ষত আন্তৰ্জাতিক বজাৰৰ অংশীদাৰিত্ব ২৩ বিলিয়ন আমেৰিকান ডলাৰলৈ সম্প্ৰসাৰণ কৰিব বুলি জনায় মন্ত্ৰীজনে ।
Read More...

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মত-বিনিময় কেন্দ্ৰীয় মন্ত্ৰী…

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ  উপলক্ষ্যে আজি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময়ৰ কৰি অতীত ৰোমন্থন কৰে কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপৰিবহন আৰু আয়ুস দপ্তৰৰ
Read More...

মহাপুৰুষ শংকৰদেৱৰ ৫৭৪সংখ্যক আৰ্বিভাৱ তিথিত অংশগ্ৰহণ ৰাজ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

মহাপুৰুষ শংকৰদেৱৰ ৫৭৪সংখ্যক আৰ্বিভাৱ তিথিত অংশগ্ৰহণ ৰাজ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। আজি কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় চহৰৰ জে লেনত থকাৰ মিলন নগৰ নামঘৰত উপস্থিত হৈ মহাপুৰুষজনাৰ আৰ্বিভাৱ তিথিত
Read More...

সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ শ্ৰদ্ধাৰে সোঁ‌ৱৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়ত শুকুৰবাৰে সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ ১০ম মৃত্যু তিথিত শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোঁ‌ৱৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমাণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাৰত ৰত্ন ,
Read More...