Breaking

Browsing Tag

VIRAT KOHALI

বিৰাট কোহলী, সামান্থা ৰুথ প্ৰভু; ডুবি আছে বৰফৰ পানীত! ইয়াৰ কাৰণ কি জানেনে…

বৰ্তমান আইচ বাথ চেলেঞ্জ অতি ট্ৰেণ্ডিঙত আছে। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ সামান্থা ৰুথ প্ৰভুৰ দৰে চেলিব্ৰিটিয়ে এই বাথ চেলেঞ্জত অংশ লৈছে। কিন্তু আপুনি জানেনে যে বৰফৰ পানীত গা ধোৱাৰ স্বাস্থ্যৰ বহু উপকাৰো আছে।
Read More...

আই পি এল ২০২৪ৰ পূৰ্বে বিৰাট কোহলীৰ পথেৰে কে এল ৰাহুল…

বিৰাট কোহলীৰ পথ লৈ কে এল ৰাহুলে আই পি এল ছিজনৰ পূৰ্বে উজ্জয়িনৰ মহাকালেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ পৰিদৰ্শন কৰি সেৱা লয়। ২০ মাৰ্চত ৰাহুলে লক্ষ্ণৌত উপস্থিত হোৱাৰ সম্ভাৱনা আছে যদিও ২১ মাৰ্চত চেন্নাইত অনুষ্ঠিত হ’বলগীয়া প্ৰি-আই পি এল অধিনায়ক
Read More...

ৰোহিতৰ দলৰ পৰা আঁতৰিল কোহলী! জয় শ্বাহৰ বিশ্বকাপৰ পৰিকল্পনাত নাই বিৰাট কোহলী…

ৰোহিতৰ দলত স্থান হেৰুৱাব নেকি কোহলীয়ে? জয় শ্বাহৰ বিশ্বকাপৰ পৰিকল্পনাত নাই বিৰাট কোহলী। কোহলীক ভাৰতীয় দলৰ পৰা বাদ দিয়া হ’ব পাৰে। ব্যক্তিগত কাৰণত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা আঁতৰি অহা কোহলীক বিশ্বাস কৰিব নোৱাৰে বিচিচিআইৰ
Read More...

মাতৃ অনুষ্কা পুত্ৰ সন্তানৰ কাষৰত, কন্যা সন্তানক লৈ ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ পিতৃ বিৰাট…

লণ্ডনত পুত্ৰ অকয়ক জন্ম দিলে অনুষ্কা শৰ্মাই। বিৰাট-অনুষ্কা বৰ্তমান লণ্ডনত। বিৰাটে কন্যা ভামিকাক লৈ ৰেষ্টুৰেণ্ট দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে। শেহতীয়াকৈ লণ্ডনৰ পৰা বিৰাট কোহলী আৰু ভামিকাৰ এই ছবিখন প্ৰকাশ পাইছে। অনুষ্কা শৰ্মাই অকয়ৰ যত্ন লোৱাৰ
Read More...

বিৰাট-অনুষ্কাৰ পুত্ৰ অকাইয়ে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰিব নেকি…

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু বলীউডৰ অভিনেত্ৰী পুনৰ পিতৃ-মাতৃ হ’ল। অনুষ্কা শৰ্মাই ১৫ ফেব্ৰুৱাৰীত এটি পুত্ৰ সন্তান জন্ম দিয়ে, যাৰ নাম অকায়। ২০ ফেব্ৰুৱাৰীত এই খবৰটো শ্বেয়াৰ কৰি দম্পতীহালে কয় যে তেওঁলোকে নিজৰ পুত্ৰৰ নাম ‘অকায়’ ৰাখিছে।
Read More...

দ্বিতীয় সন্তানৰ পিতৃ-মাতৃ হ’ব অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী! প্ৰসৱৰ তাৰিখ জানি লওক…

২০২৪ চনৰ এই মাহতে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে দ্বিতীয় সন্তানক আদৰি ল’ব। ২০২১ চনৰ জানুৱাৰী মাহত তেওঁলোকৰ প্ৰথম কন্যাৰ জন্ম হৈছিল। অনুষ্কা শৰ্মাৰ গৰ্ভধাৰণৰ খবৰে দীৰ্ঘদিন ধৰি শিৰোনামত আছিল। এতিয়া বিৰাট কোহলীৰ প্ৰাক্তন ৰয়েল চেলেঞ্জাৰ্ছ
Read More...

ব্যক্তিগত কাৰণত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নাথাকিব বিৰাট কোহলি…

ব্যক্তিগত কাৰণৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নাথাকিব বিৰাট কোহলি৷ ইংলেণ্ডৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ব্যক্তিগত কাৰণত প্ৰথম দুখন টেষ্ট খেলৰ পৰা আঁতৰি আছে বুলি সোমবাৰে বিচিচিআইয়ে সদৰী কৰিলে এই তথ্য৷ নিৰ্বাচকসকলে অতি সোনকালে
Read More...

২০৪৮ ৰান, ৮ শতক, ১০টা অৰ্ধশতক, বিশ্বকাপৰ খেলুৱৈ; এই বছৰটো বিৰাট কোহলীৰ বাবে ভাল আছিল…

বিৰাট কোহলীঃ ২০২৩ বৰ্ষটো বিৰাট কোহলীৰ বাবে এক সুন্দৰ বছৰ। চলিত বৰ্ষৰ অন্তিমখন মেচত তেওঁ এক উজ্জ্বল ইনিংছ খেলিছিল। ২০২৩ চনত বিৰাট কোহলিয়ে কৰা অভিলেখৰ বিষয়ে জানেনে। ২০২৩ চনটো বিৰাট কোহলীৰ বাবে অতি স্মৰণীয় বছৰ, এইবাৰ বিৰাট কোহলীয়ে ২০০০ৰো
Read More...

পৰিয়ালত কিবা সমস্যা! হঠাতে দক্ষিণ আফ্ৰিকাৰ পৰা ঘৰলৈ উভতি আহিল বিৰাট কোহলী…

দক্ষিণ আফ্ৰিকাৰ পৰা ততাতৈয়াকৈ ঘৰলৈ উভতি আহিল কোহলী। তেওঁ পাৰিবাৰিক কাৰণত পৰিষদৰ অনুমতি লৈ দেশলৈ উভতি আহিছে বুলি জানিব পৰা গৈছে। ফলত কোহলীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথম টেষ্টত খেলিব পাৰিব নে নাই সেয়া অনিশ্চিত হৈ পৰিছে। জানিব পৰা মতে বিৰাট
Read More...

বিৰাট কোহলীৰ পিছত দক্ষিণ আফ্ৰিকাত ইতিহাস ৰচনা কৰা দ্বিতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত কে এল…

কে এল ৰাহুলৰ অধিনায়কত্বত থকা টিম ইণ্ডিয়াই নিজৰ মাটিত খেলা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত জয় পঞ্জীয়ন কৰে। বিৰাট কোহলীৰ পিছত কে এল ৰাহুলে আফ্ৰিকাত এদিনীয়া শৃংখলাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰা দ্বিতীয়জন ভাৰতীয়
Read More...