Breaking

Browsing Category

স্থানীয় বাৰ্তা

নিতাই পুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নাজিৰা মহকুমাৰ দৰিকিয়াল গাঁৱত অসম ভাওনা মহোৎসৱৰ…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনা। এই অমৰ সৃষ্টি ভাওনাৰ জৰিয়তে গুৰুজনাৰ আদৰ্শেৰে সমাজত আধ্যাত্মিকতাবোধ প্ৰতিষ্ঠা তথা নৱ প্ৰজন্মক তেখেতৰ সৃষ্টি ৰাজিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে নিতাই পুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ
Read More...

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত ! নিহত দুজন আৰু আহত চাৰিজন

বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ধাৰাবাহিক ভাৱে সংঘটিত হৈছে পথ দুৰ্ঘটনা। চিৰাকুটা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ঘন কুৱলীৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে দুজন নিহত হয় এজন ট্ৰাক
Read More...

ৰঙাগড়াত শৈক্ষিক সজাগতা আৰু শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠান

১৫ ডিচেম্বৰত চচেং ধেন্তা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগড়াৰ ভুৱন চন্দ্ৰ তেৰাং মেমৰিয়েল কলেজ আৰু ৰঙাগড়া চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় চৌহদত অনুষ্ঠিত হয় এক শৈক্ষিক সজাগতা আৰু প্ৰতিযোগীতা অনুষ্ঠান। কাৰ্বি ছাত্ৰ সন্থা ৰঙাগড়া শাখা সমিতি আৰু ভুৱন
Read More...

পাটসাঁকোত সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱালৈ স্বৰ্গদেউ চুহুং মুং বঁটা প্ৰদান

সদৌ তাই আহোম ছাত্ৰ সন্থা পাটসাঁকো আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ পাটসাঁকোবাসীৰ সহযোগত পাটসাঁকোত ১৪আৰু১৫ডিচেম্বৰ দুদিনীয়াকৈ অনুস্থিত হয় পয় পি মাউ টাই-২১১৭ (টাই নৱবৰ্ষ)ৰ অনুষ্ঠান।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ১৫ডিচেম্বৰত অনুস্থিত হয়
Read More...

আৰম্ভ হ’ল ‘খোজ অসম’ৰ উদ্যোগত “পঞ্চম ডিব্ৰুগড় গ্রন্থ মহোৎসৱ – ২০২২”

আৰম্ভ হ'ল ‘খোজ অসম’ৰ উদ্যোগত “পঞ্চম ডিব্ৰুগড় গ্রন্থ মহোৎসৱ - ২০২২”। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ‘খোজ অসম’ৰ উদ্যোগত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত তথা নিৰ্মালী গাঁও ছোৱালী হাইস্কুল খেলপথাৰত ১৪ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ, ২০২২ তাৰিখলৈকে
Read More...

আন্তৰাষ্ট্ৰীয় কিক বক্সিঙত দুটাকৈ সোনৰ পদক লাভ কৰা হাজেৰা খাতুনক ঘৰত উপস্থিত বিজেপি নেতা তবিবৰ ৰহমান

নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নশ্বীপত দুটাকৈ সোনৰ পদক লাভ কৰা হাজেৰা খাতুনৰ ঘৰত উপস্হিত হল ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি তবিবৰ ৰহমান। উপস্থিত হৈ ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা
Read More...

চৰাইদেউৰ কুকুৰাচোৱা গাঁৱৰ কলীয়া মাটিত জল জীৱন মিছনৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ৰাজহ…

কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে সমগ্ৰ ভাৰতৰ লগতে অসমতো পূৰ্ণদ্যমে চলি আছে আচঁনিৰ কাম। ২০২৪ ৰ ভিতৰত যাতে প্ৰতিঘৰ লোকেই বিশুদ্ধ খোৱা পানীৰ সংযোগ লাভ কৰে সেইয়া নিশ্চিত
Read More...

ভেৰগাঁৱৰ গৰুৱাঝাৰত বিনামূলীয়া চকু চিকিৎসা সেৱা

ভেৰগাঁৱৰ গৰুৱাঝাৰত বিনামূলীয়া চকু চিকিৎসা সেৱা।ননৈ চেৰফাং পৰিষদীয় সমষ্টি ভিচিডিচিৰ অন্তৰ্গত অঞ্চল সমূহত চকু চিকিৎসা সেৱা প্ৰদান।মানৱ শৰীৰত দৈনিক বৃদ্ধি পায় আহিছে বিভিন্ন ৰোগৰ সংক্ৰমণ । ভেজাল খাদ্যয় সংকুচিত কৰিছে মানুহৰ ৰোগ প্ৰতিৰোধ
Read More...

গোগামুখত মিচিং জাতীয় সংগঠন টি এম পি কেৰ সামৰণি অনুষ্ঠানঃ দহ সহস্ৰাধিক লোকৰ উপস্থিতিত লাইখূঁটা…

মিচিং জনজাতি সকলৰ আটাইতকৈ শক্তিশালী জাতীয় সংগঠন টাকাম মিচিং পৰিণ কেবাং চমুকৈ টি এম পিকেৰ সোণালী জয়ন্তী বৰ্ষ  আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ
Read More...

ডিব্ৰুগড়ৰ প’লো খেলপথাৰত অনুষ্ঠিত প্ৰাক্তন সেনাবাহিনীৰ ৰেলী

আজি ডিব্ৰুগড়ৰ প'লো খেলপথাৰত অনুষ্ঠিত হয় প্ৰাক্তন সেনাবাহিনীৰ ৰেলী।ভাৰতীয় সেনাবাহিনীৰ সমগ্ৰ প্ৰাক্তন সেনাবাহিনীৰ ভ্ৰাতৃত্ববোধৰ সৈতে থিয় দিয়াৰ সংকল্প পুনৰাবৃত্তি কৰি ২০২২ চনৰ ১৪ ডিচেম্বৰত ডিব্ৰুগড় প'লো খেলপথাৰত প্ৰাক্তন সেনাবাহিনীৰ
Read More...