Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

ভালুকপুঙৰ পৰা বমডিলালৈ যোৱা পথত ভূমিস্খলন; ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ !

ভূমিস্খলনৰ ফলত ভালুকপুঙৰ পৰা বমদিলালৈ যোৱা ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাগ মন্দিৰ আৰু টেঙাৰ মাজৰ পথচোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । প্ৰৱল‌ বৃষ্টিপাতৰ ফলত অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাত ভয়ংকৰ ভুমিস্খলন ঘটিছে । ভূমিস্খলনৰ ফলত ভালুকপুঙৰ
Read More...

কাকপথাৰৰ যুৱকক অৰুণাচলী লোকে গুলীয়াই হত্যা কৰাৰ সন্দেহ সৰ্তীথৰ। 

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এজন যুৱক চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নিৰুদ্দেশ হৈ থকা ঘটানাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজনক অৰুণাচলী লোকে গুলীয়াই হত্যা কৰাৰ সন্দেহ সৰ্তীথৰ। জানিব পৰা মতে, কাকপথাৰ বৰালি উভতা গাঁৱত লেহুক মৰাণ(টকলা)
Read More...

ঐতিহ্যমণ্ডিত দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন আৰু “ধন্য তোহো শ্ৰীমন্ত শংকৰ” শীৰ্ষক…

ঐতিহ্যমণ্ডিত দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন আৰু আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি "ৰস কীৰ্তি ২০২২" কাৰ্যসূচীৰ অংশ হিচাপে গুৰুজনাৰ জীৱন পৰিক্ৰমাৰ আধাৰত ১৪ অক্টোবৰ তাৰিখে "ধন্য তোহো শ্ৰীমন্ত শংকৰ" শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠান
Read More...

Mumbai Independent Film Festival ত উজলিল অসমৰ জীয়ৰী।

Mumbai Independent Film Festival ত উজলিল অসমৰ জীয়ৰী। কাহিলীপাৰা ৰ ৰাজু ডেকা আৰু বিনিতা ডেকাৰ জীয়ৰী জেশিকা ডেকাই মুম্বাইত গৈ অসমৰ বিহুক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনে। লগতে National Icon খিতাপেৰেও বিভূষিত কৰে জেশিকাক। উক্ত অনুষ্ঠানত
Read More...

চৌদি আৰবৰ লোভনীয় চাকৰি এৰি গুৱাহাটীত ৰেষ্টুৰেণ্ট ব্যৱসায়ত মনোনিৱেশ অংকুৰ হাতীবৰুৱাৰ
জনপ্ৰিয় অভিনেত্ৰী

সুদূৰ চৌদি আৰবৰ লোভনীয় তথা আকৰ্ষণীয় চাকৰি এৰি মাতৃভূমি অসমত নতুনকৈ আত্মসংস্থাপনৰ লগতে আন কেইবাজনো নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ লক্ষ্যৰে সোণাৰীৰ অংকুৰ হাতীবৰুৱাই মহানগৰীৰ পাথৰকুৱাৰীত আৰম্ভ কৰিছে নতুন ব্যৱসায়। পাথৰকুৱাৰীৰ বিশিষ্ট
Read More...

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত অসমৰ অম্লান বৰগোহাঁইৰ সোণৰ পদক অৰ্জন । পুৰুষৰ ১০০মিটাৰ দৌৰত ১০.৩৮…

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত অসমৰ অম্লান বৰগোহাঁইৰ সোণৰ পদক অৰ্জন । পুৰুষৰ ১০০মিটাৰ দৌৰত ১০.৩৮ ছেকেণ্ডেৰে অম্লানে অৰ্জন কৰে সোণৰ পদক ৷
Read More...

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত অসমৰ চাইক্লিষ্ট চয়নিকা গগৈৰ সফলতা ৷ চয়নিকা গগৈয়ে ৰাষ্ট্ৰীয়…

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত অসমৰ চাইক্লিষ্ট চয়নিকা গগৈৰ সফলতা ৷ চয়নিকা গগৈয়ে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ১০ কিলোমিটাৰ শাখাত ৰূপৰ পদক লাভ কৰে ৷
Read More...

গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল PFI নেতা আমিনুল হক,PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান

বৃহস্পতিবাৰে গুৱাহাটীৰ হাতীগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে PFI নেতা আমিনুল হকক। জানিব পৰা মতে, হাতীগাঁৱৰ PFIৰ কাৰ্যালয়ত NIA, ED আৰু আৰক্ষীৰ যৌথ অভিযানত PFI নেতাজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰোপৰি, কামৰূপৰ নগৰবেৰাৰ পৰাও গ্ৰেপ্তাৰ হয় আন
Read More...

উপ–ৰাষ্ট্ৰপতি জগদীপ ধানখেৰৰ (Jagdeep Dhankhar ) আগমনক লৈ ২২ ছেপ্টেম্বৰৰ বাবে পথ নিৰ্দেশনা যানবাহন…

পথত ডাবল বা ট্ৰিপল পাৰ্কিং নকৰিব বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধানখেৰ (Jagdeep Dhankhar)। ধানখেৰৰ আগমনক লৈ যানবাহন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কেতবোৰ পথ নিৰ্দেশনা দিয়া হৈছে। উপ
Read More...

এজন ৰিক্সাচালকৰ হাতত পিষ্টল। বিহাৰৰ অজয় প্ৰসাদে অপৰাধ কৰি পলায়ন কৰি আহিছিল গুৱাহাটীলৈ।

মহানগৰীত ৰিক্সাচালকৰ পৰা পিষ্টল জব্দ। পল্টনবজাৰ থানাই আটক কৰে ৰিক্সাচালকজনক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে। ধৃত ৰিক্সাচালকজনৰ নাম অজয় কুমাৰ প্ৰসাদ। অজয় কুমাৰ প্ৰসাদৰ ঘৰ বিহাৰত। নিশা আৰক্ষীয়ে এক অভিযান চলাই
Read More...