Breaking

Browsing Category

সম্পাদকীয়

গহপুৰৰ এটি দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কৰুণ জীৱন সংগ্ৰাম : আজিকোপতি লাভ কৰা নাই চৰকাৰী সাহায্য

দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন জনকল্যানমূলক আঁচনি গ্ৰহণ কৰি আহিছে যদিও আজিকোপতি চৰকাৰৰ উন্নয়ন মূলক আঁচনিয়ে স্পৰ্শ কৰা বহু দৰিদ্ৰ পৰিয়ালক। এই ক্ষেত্রত গহপুৰ মহকুমাৰ সোণাপুৰ গাঁও পঞ্চায়তৰ
Read More...

ওৰাং -মাজবাটত চুলাই ঘাটি উৎখাত আৰক্ষীৰ : শইকীয়া চুবুৰীত ৩০০ লিটাৰ চুলাই মদ নষ্ট ।

মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই  চুলাই ঘাটিৰ পৰাই ক'ৰোনাৰ গন সংক্ৰমণ হোৱাৰ নিশ্চিত তথ্য লাভ কৰাৰ পাছত  ৰাজ্য খনত অবৈধ ভাৱে চলি থকা চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ এই জৰুৰী বাৰ্তা পোৱাৰ পাছতে
Read More...

পলাশবাৰী মাজকুছিত আত্ম সহায়ক গোটৰ শালি ধানৰ খেতি সম্পন্ন

দক্ষিণ কামৰূপৰ পলাশবাৰী মাজকুছি ৰাজহ গাওৰ দৎকুছিৰ সোণালী কৃষক আত্ম সহায়ক গোটৰ সদস্য সকলে লকডাউনৰ সময়ত কৃষি কৰ্মৰ লগত জড়িত হৈ প্ৰায় ২৯ বিঘা মাটিত শালি ধানৰ খেতি কৰাত ব্যস্ত হৈ পৰিছে। আধুনিক পদ্ধতিৰ ট্ৰেক্টৰৰে হালবোৱাৰ পৰা আদি কৰি
Read More...

নাজিৰাৰ প্ৰবীণ এথলেট দণ্ডী ফুকনৰ পৰলোক

নাজিৰাৰ ৰাজপথত শুভ্ৰ ধুতী পাঞ্জাৱী চোলা পৰিধান কৰি নিতৌ চাইকেল চলাই এক ক্ৰীড়াৰ মানসিকতা প্ৰদৰ্শন কৰি অহা শতবৰ্ষমুখী খেলুৱৈ দণ্ডী ফুকনৰ কালি বিয়লি ১২-৪৫ বজাত নগৰৰ ওপৰ নাজিৰা ১ নং ৱাৰ্ডৰ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত প্ৰায়
Read More...

ৰাইজৰ দলৰ তৃণমূল কৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদঃ অখিল গগৈক বিনাদোষত জে’লত ভৰাই থোৱাৰ বাবে বিগত…

বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক হল   ধনজিৎ বৰ্মন । পিছে  সৰ্থেবাৰীৰ  লচিমাৰ এইগৰাকী ধনজিৎ বৰ্মনে তেওঁৰ  প্ৰিয় নেতা অখিল গগৈক জে'লত ভৰাই থোৱাৰ বাবে নিজৰ দাঢ়ি -চুলি নকটাৰ লৈছিল সংকল্প ।
Read More...

ওৰাঙৰ শ্ৰী সত্য সাই সেৱা কমিটিৰ উদ্যোগত তেজপুৰ চিকিৎসালয়ত ২৫০গৰাকীক ফলমুল বিতৰণ

২৪জুলাইত  গুৰু পূৰ্ণিমা উপলক্ষে অসম শ্ৰী সত্য সাই সেৱা কমিটীৰ ৰাজ্যিক সভাপতি  সত্যেন শৰ্মা দেবৰ তত্বাৱধানত তেজপুৰ, বিশ্বনাথ চাৰিআলি, ওৰাং, দৰং আৰু তামুলপুৰ শ্ৰী সত্য সাই সেৱা কমিটীৰ নেতৃত্বত তেজপুৰ মেডিকেল কলেজ ত ২৫০ গৰাকী কভিড ৰোগী সকলৰ
Read More...

জ্যোতিষ ৰত্ন নৰেন্দ্ৰ নাথ শৰ্মাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মাজৰ বাহৰৰ স্থায়ী বাসিন্দা তথা স্বৰ্ণপদক প্ৰাপক জ্যোতিষ শাস্ত্ৰী নৰেন্দ্ৰ নাথ শৰ্মাক এইবছৰ ৱৰ্ল্ড এষ্ট্ৰ' ছচাইটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে । জ্যোতিষ ৰত্ন তথা চন্দ্ৰগুপ্ত
Read More...

বীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি ৰঙাঘৰৰ আলহী ভণ্ড জাতীয়তাবাদী নেতা হিমাংশু গগৈ

 খিলঞ্জীয়া অসমীয়াৰ আধিপত্য আৰু প্ৰভুত্ব প্ৰতিষ্ঠাৰ বাবে আপোচবিহীন ভাবে জাতীয় দায়বদ্ধতাৰে স্বজাতিৰ হকে মাত মাতি অহা জাতীয় সংগঠন বীৰ লাচিত সেনাৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে সামাজিক গণমাধ্যমত ষড়যন্ত্ৰমূলকভাবে
Read More...

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ।

 ৰাজ্যত নতুন চৰকাৰ গঠনৰ পিছত মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰে সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ নেতৃবৰ্গই। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মণ্টু দে, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰ, চিৰাং
Read More...

গহপুৰৰ ছাত্ৰী কাজল মহন্তৰ ব্যতিক্ৰমী প্ৰতিভা : আঁহতৰ পাতত চিত্ৰ অংকন: গুটি ধানেৰে গহনা প্ৰস্তুত

 গহপুৰ মহকুমাৰ এগৰাকী ছাত্ৰীয়ে স্বকীয় প্ৰতিভাৰে আঁহতৰ পাতত বিভিন্ন চিত্ৰ অংকন কৰি চিত্ৰানুৰাগী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।ব্যতিক্ৰমী প্ৰতিভাৰে জিলিকি উঠা এই ছাত্ৰী গৰাকী হ'ল পূব ডুবিয়াৰ চেংমৰাৰ নিবাসী দীপেন মহন্ত আৰু ৰিপু
Read More...