Breaking

Browsing Category

স্থানীয় বাৰ্তা

বিলাসীপাৰা মহকুমাক জিলালৈ উন্নীত কৰণৰ দাবী

বিলাসীপাৰা মহকুমাক জিলালৈ উন্নীত কৰণৰ দাবী।বিলাসীপাৰা মহকুমাক জিলালৈ উন্নীত কৰাৰ দাবীত বিলাসীপাৰাৰ চহৰত এখন বিশাল গণ অভিবৰ্ত্তন অনুষ্ঠিত কৰিছে।বিভিন্ন অসুবিধা লগতে চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰতো আমাৰ ৰাইজে সঘনাই জীয়াতু ভুগিব লগা হয়। সেয়ে
Read More...

ডিব্ৰুগড়ত পৌৰ কৰ্মচাৰীৰ তিনি দিনীয়া ধৰ্মঘট পালন

ডিব্ৰুগড়ত পৌৰ কৰ্মচাৰীৰ তিনি দিনীয়া ধৰ্মঘট পালন। সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহবান মৰ্মে ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়ৰ সন্মূখত পৌৰ কৰ্মচাৰী সকলে পুৱাৰ পৰা তিনি দিনীয়া ধৰ্মঘট কাৰ্যসুচী পালন কৰে।
Read More...

সপ্তাহযোৰা ভাগৱত পাঠ অনুষ্ঠানৰ লাইখুটা স্থাপন গহপুৰস্থিত গমিৰিৰ তেলৰচুঙা বড়ি খেলপথাৰত

বিশ্বৰ বিভিন্ন প্ৰান্তে প্ৰান্তে হিংসা আৰু অশান্তই ভয়াবহতাৰ সৃষ্টি কৰাৰ সময়তেই বিশ্ব শান্তিৰ কামনাৰে আৰু নৱ পজন্মক সু-পথে অনাৰ উদ্দেশ্যে বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ অন্তৰ্গত গমিৰিস্থিত তেলৰ চুঙা বড়ি খেলপথাৰত আয়োজন কৰিবলৈ লোৱা হৈছে
Read More...

নগাঁৱত “এইম” ৰ উদ্যোগত কেৰিয়াৰ কাউনচেলিঙৰ প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

নৱপ্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী সকলক এক নতুন পথৰ সন্ধান দিয়াৰ উদ্দেশ্যে নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত দিনযোৰা এক সজাগতা প্ৰশিক্ষণ শিৱিৰ সম্পন্ন হৈ যায়। কেৰিয়াৰ কাউনচেলিঙৰ এই প্ৰশিক্ষণ শিৱিৰটো ভাৰতবৰ্ষৰ বহুকেইজন বিশিষ্ট কেৰিয়াৰ কাউনচেলে
Read More...

কোচৰাজবংশী জাতীয় পৰিষদৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী

কোচৰাজবংশী জাতীয় পৰিষদৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী । দিনৰ ১২ বজাৰ পৰা গোলকগঞ্জৰ হালাকুৰাত দুই ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কাৰ্যসূচী । এই পথ অবৰোধ পৃথক কমতাপুৰ দাবীত।পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম
Read More...

মৰিগাঁৱৰ লাহৰিঘাট শিক্ষা খণ্ডৰ জৰিবৰ আৰু বেচামাৰী গাঁৱৰ ৰাইজৰ সহযোগত ৰাইজৰ উৎসৱ ২০২২ অনুষ্ঠানৰ…

মৰিগাঁও জিলাৰ লাহৰিঘাট শিক্ষা খণ্ডৰ জৰিবৰ সমল কেন্দ্ৰৰ ১ নং জৰিবৰ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত , জৰিবৰ আৰু বেচামাৰী গাঁৱৰ ৰাইজৰ সহযোগত ৰাইজৰ উৎসৱ ২০২২ অনুষ্ঠানৰ আয়োজন কৰা হয় । শিক্ষানুস্থান সমূহ সকলো ধৰ্মৰে উৰ্দ্ধত থকা এক পৱিত্ৰ অনুস্থান
Read More...

সৰভোগৰ সাহাপুৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ত ১৭তম বাৰ্ষিক অধিৱেশন

সৰভোগৰ সাহাপুৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ত ১৭তম বাৰ্ষিক অধিৱেশন। শিক্ষা জাতিৰ মেৰুদণ্ড স্বৰূপ, শিক্ষা অবিহনে কোনো জাতি আগুৱাই যাব নোৱাৰে।অসমৰ প্ৰত্যেকটো বিদ্যালয়ত সপ্তাহযোৰা কাৰ্য্যসূচীৰে খেল - ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ সমাৰোহ চলি
Read More...

পূণ্যময়ী বৰাৰ কবিতা পুথি “স্নৃতিপট” উন্মোচন

যোৰহাটৰ চেনিজান অঞ্চলৰ ১৬৭ নং হাতীচুঙী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ১৭ ডিচেম্বৰত অনুষ্ঠিত মুকলি সভাত স্হানীয় এগৰাকী প্ৰচাৰ বিমুখ সু- কবি প্ৰয়াত পূণ্যময়ী বৰাৰ স্বৰচিত কবিতাৰ একত্ৰ সংকলন " স্মৃতিপট "উন্মোচন
Read More...

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত…

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ সুচাৰুৰূপে উদযাপন কৰাৰ উদ্দেশ্যে অসম যুৱ আয়োগৰ সদস্য তথা উদযাপন সমিতিৰ সভাপতি ৰাতুল শৰ্মাৰ নেতৃত্বত উদযাপন সমিতিৰ এটি দলে কালি সুৰেন দাস মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয়।
Read More...

হাইদৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় সাঁতোৰ অপেন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ যোৱা চাৰি সন্তৰণ বিদৰ…

হাইদৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় সাঁতোৰ অপেন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ যোৱা চাৰি সন্তৰণ বিদৰ সূত্ৰধাৰ সাঁতোৰ সন্থাৰ সম্বৰ্ধনা জ্ঞাপন। ঐতিহাসিক আটাল পুখুৰী পাৰত সুত্ৰধাৰ সাঁতোৰ সন্থাৰ এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। পুল পৰিচালনা সমিতিৰ
Read More...