Breaking

Browsing Category

প্ৰকৃতি

ছিকিমত বিধ্বংসী বানপানী, ৭ জন জোৱানকে ধৰি ২৬ জনেই হেৰুৱাইছে প্ৰাণ…

৩ অক্টোবৰত ছিকিমত ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছত তীস্তা নদীৰ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২৫ হাজাৰ লোক। এই পৰ্যন্ত ৭ জন সেনা জোৱানসহ ২৬ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে প্ৰায় ১৫০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই সময়ছোৱাত হাজাৰ হাজাৰ ঘৰ
Read More...

ছিকিমত ৰুষ্ট প্ৰকৃতিৰ ভয়ংকৰ ৰূপ, ১৪জনৰ মৃতদেহ উদ্ধাৰ; এতিয়াও সন্ধানহীন ২২ সেনাসহ ১০২ গৰাকী

ছিকিমত বিভীষিকা। ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰৰূপত এই পৰ্যন্ত ১৪জন লোকৰ মৃতদেহ উদ্ধাৰ। এতিয়াও সন্ধানহীন ২২ গৰাকী সেনাসহ ১০২ গৰাকী লোক। SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিখোজ ২৩ সেনাৰ ভিতৰত এজন সেনা জোৱানক উদ্ধাৰ কৰা হৈছে।
Read More...

ভয়ংকৰ বানত মৃতকৰ সংখ্যা ১০ৰ পৰা ১৪লৈ বৃদ্ধি, ২২ জন জোৱানসহ ১০২ জন নিৰুদ্দেশ…

ছিকিমত ডাৱৰ বিস্ফোৰণৰ পিছত তীস্তা নদীত হঠাৎ বানপানীৰ সৃষ্টি হয়। এতিয়া মৃত্যুৰ সংখ্যা ১০ৰ পৰা ১৪লৈ বৃদ্ধি পাইছে। ২২ জন সেনা জোৱানকে ধৰি ১০২ জন লোক নিৰুদ্দেশ হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীৰ বাবে গেংটকত ৩ জন লোকৰ মৃত্যু হৈছে,
Read More...

আজি ৰাতি ঠাণ্ডা অনুভৱ কৰিব! দুদিন ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…

আজি ৰাতি ঠাণ্ডা অনুভৱ কৰিব, বৰষুণ এতিয়াও পৰিয়ে আছে। বতৰ বিজ্ঞান বিভাগে ২ দিনৰ বাবে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। ছিকিমৰ লোনাক হ্ৰদত ডাৱৰ বিস্ফোৰণৰ ফলত তীস্তা নদীৰ বানপানীৰ ফলত ২২ জন জোৱানসহ ৬৯ জন লোক নিৰুদ্দেশ। এই পৰ্যন্ত ভয়াৱহ
Read More...

কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম

ওদালগুৰি জিলাৰ কৈশিকী গঙ্গা হিচাপে পৰিচিত ভূটান পাহাৰৰ পৰা বৈ আহি নামনি অসমত সন্ত্ৰাস সৃষ্টি কৰা কুলশী নৈৰ বাবে বহু ঘৰ-বাৰী উচন হৈছে, জীৱ জন্তুৰো ক্ষতি হৈছে। বানপানী,গৰাখহনীয়াৰ কবলত পৰাৰ ফলত
Read More...

শোণিতপুৰত বনৰীয়া হাতীৰ মৃত্যু; পাৰস্পৰিক যুঁজত এমাহতে দুটা হাতী নিহত

শোণিতপুৰৰ ফুলবাৰী চাহবাগিচাৰ ২৩ নম্বৰ লাইনত যোৱা ১৯ ছেপ্টেম্বৰত গুৰুতৰ ভাবে আহত হোৱা দঁতাল বনৰীয়া হাতীটোৰ দেওবাৰে নিশা মৃত্যু ঘটে৷ উল্লেখযোগ্য যে, দ্ৰুতগতিত প্ৰাকৃতিক আৱাস ধ্বংস হোৱাৰ ফলত খাদ্যৰ সংকটত ভোগা হাতীৰ জাক অৰণ্যৰ বাহিৰলৈ ওলাই
Read More...

পানীত জাহ গৈছে জেংৰাইমুখৰ জলসম্পদ বিভাগৰ কোটি টকীয়া প্ৰকল্প; অবিৰত খহনীয়াক লৈ চিন্তিত…

মাজুলীৰ জলসম্পদ বিভাগে জেংৰাইমুখ টাউনৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা তিনি কোটি টকীয়া বৃহৎ প্ৰকল্পত বৰ্তমান খহনীয়া আৰম্ভ হৈছে। জেংৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপমূৱা আৰু ইয়াৰ সংলগ্ন এলেকাৰ থকা সোৱণশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ নামৰ
Read More...

তেজপুৰত বানৰ প্ৰলয়

ভদীয়া বানে শোণিতপুৰৰ ভালেসংখ্যক অঞ্চল প্লাৱিত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰ তথা বাসগৃহ জলমগ্ন কৰাত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বিহগুৰি
Read More...

হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণৰ বাবে যান-বাহনৰ চলাচল বন্ধ…

হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ মাজতে সুৰক্ষাৰ কাৰণে পাৰৱানুৰ ওচৰৰ চক্কিত যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে বুলি বুধবাৰে ৰাজ্যিক যান-বাহন আৰক্ষীয়ে অৱগত কৰে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যৰ বহু ঠাইত ধুমুহাৰ সৈতে মধ্যমীয়াৰ পৰা প্ৰচণ্ড
Read More...

ৰঙিয়া চিৰাখুন্দিত বৰলীয়া নৈৰ ভয়ংকৰ গৰাখহনীয়া ! কেইবাটাও পৰিয়াললৈ ভাবুকি…

ৰঙিয়া পৌৰসভা এলেকাৰ দহ নম্বৰ ওৱাৰ্ডৰ চিৰাখুন্দিত বৰলীয়া নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । গৰাখহনীয়াৰ ফলত নৈখনৰ কাষতে থকা কেইবাটাও পৰিয়াললৈ ভাবুকি আহিছে । ইফালে বৰলীয়া নৈৰ কাষতে আছে এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে এটা অঙ্গনাবাড়ী কেন্দ্ৰ ।
Read More...