Breaking

Browsing Category

অৰ্থনীতি

নেপালে ভাৰতলৈ বিদ্যুৎ ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিলে, সবিশেষ জানো আহক…

শনিবাৰৰ পৰা নেপালে নিজৰ বিনিময় বজাৰৰ জৰিয়তে ভাৰতলৈ বিদ্যুৎ ৰপ্তানি আৰম্ভ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে হিমালয়ৰ দেশত বাৰিষা আৰম্ভ হোৱাৰ লগে লগে নদীসমূহৰ পানী বৃদ্ধিৰ বাবে জলবিদ্যুতৰ উৎপাদন বৃদ্ধি পাইছে। যোৱা বছৰো নেপালে জুন মাহৰ পৰা নৱেম্বৰ
Read More...

অসমত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব – আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসত উদ্যোগ মন্ত্রী…

চাহ বাগিচা অঞ্চলত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে-ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু ভাৰতীয় চাহ বৰ্ডে যুটীয়া ভাৱে খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসৰ
Read More...

কোনো পৰিচয় বা ফৰ্ম নোহোৱাকৈ ২০০০ টকীয়া নোট বিনিময়ৰ অনুমতি SBIৰ

ভাৰতীয় ষ্টেট বেংকে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে পৰিচয় প্ৰমাণ বা ৰিকুইজিচন স্লিপৰ প্ৰয়োজন নোহোৱাকৈ ২০০০ টকীয়া নোট বিনিময় কৰিব পাৰিব। বিনিময় প্ৰক্ৰিয়া সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত উৰাবাতৰি আৰু ভুল তথ্যৰ প্ৰতি সঁহাৰি জনাই এই
Read More...

দুহাজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ; আপোনাৰ ওচৰত থকা ২ হাজাৰ টকাৰ নোটখন আপুনি…

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) ২,০০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছে৷ এতিয়া প্ৰশ্নটো হ'ল, লগত থকা ২,০০০ টকাৰ নোটবোৰৰ কি হ'ব? আৰবিআইয়ে ২,০০০ টকাৰ নোট
Read More...

পৰ্যটনক্ষেত্ৰৰ শুভ বাৰ্তা! গুৱাহাটীৰ ৭ ধৰ্মীয় স্থান সংযোগ কৰা হ’ব জলপথেৰে

গুৱাহাটীৰ সাতটাকৈ ধৰ্মীয় স্থান জলপথৰ সৈতে সংযুক্ত কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ে কয় যে ই আভ্যন্তৰীণ জলপথ বিকশিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
Read More...

অসমৰ উদ্যোগিক প্ৰগতিৰ আন এক ঐতিহাসিক মুহূৰ্ত; অসম চৰকাৰ আৰু ৮ টা আগশাৰীৰ কোম্পানীৰ মাজত বুজাবুজিৰ…

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ বৰ্ষপুৰ্তি উপলক্ষে মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰ আৰু ৮ টা আগশাৰীৰ কোম্পানীৰ মাজত এক বুজাবুজিৰ চুক্তি
Read More...

বিশ্বৰ আটাইতকৈ দামী আম! ১৯,০০০ টকাকৈ বিক্ৰী…

এজন জাপানী কৃষকে বিশ্বৰ আটাইতকৈ দামী আম ২৩০ ডলাৰ (প্ৰায় ১৯,০০০ টকা) পৰ্যন্ত বিক্ৰী কৰিছে। ব্লুমবাৰ্গে প্ৰকাশ কৰিছে এই তথ্য৷
Read More...

তামুলপুৰত ৫০গৰাকী মৌপালকৰ মাজত ৫০০ মৌ বাকচ আৰু সঁজুলি বিতৰণ

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ সহযোগত সোমবাৰে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাস্থিত তামুলপুুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰেক্ষাগৃহত ইতিমধ্যে মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৫০গৰাকী মৌপালকৰ মাজত ৫০০ টা মৌবাকচ আৰু
Read More...

ম্যানমাৰৰ চিটৱেবন্দৰত প্ৰৱেশ কৰিব লগীয়া প্ৰথম ভাৰতীয় মালবাহী জাহাজখনক আদৰিব কেন্দ্ৰীয় মন্ত্ৰী…

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ৯ মে' তাৰিখে ম্যানমাৰৰ চিটৱে বন্দৰত প্ৰথমখন ভাৰতীয় মালবাহী জাহাজক আনুষ্ঠানিকভাৱে আদৰিব। এই ঐতিহাসিক অনুষ্ঠানটোৱে ভাৰতৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ
Read More...

ডাঙৰ খবৰ! ৮ টা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে RBI, লেনদেন কৰিব নোৱাৰিব এতিয়াৰে পৰা

আৰ বি আইয়ে একাংশ বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে। কেৱল এয়াই নহয়, কেন্দ্ৰীয় বেংকে একাংশ বৃহৎ বেংকৰ ওপৰতো গধুৰ জৰিমনা বিহিছে। ৰিজাৰ্ভ বেংকৰ এই কাৰ্য্যত সমবায় বেংকসমূহে সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে।
Read More...