Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ব্যক্তিগত বিদ্যালয়বোৰক চৰকাৰে সকাহ দিয়ক

✍ অংশুমান ভূঞা ক'ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ ফলত বিভিন্ন খণ্ড বেয়াকৈ প্ৰভাৱিত হৈছে। তাৰ ভিতৰত ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো উল্লেখযোগ্য। এই বিদ্যালয়বোৰৰ ৰাজ্যখনৰ শৈক্ষিক দিশৰ উত্তৰণত অৱদান অনস্বীকাৰ্য। কোনো ধৰণৰ চৰকাৰী
Read More...

দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য

দৈনন্দিন বাৰ্তা ডেস্ক : সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে দিল্লীত শেষকৃত্য সম্পন্ন হ’ল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰীয় প্ৰণৱ মুখাৰ্জীৰ ৷ দিল্লীৰ লোদী ৰ’ডত গান চেলুটৰ মাজেৰে শেষ বিদায় জনোৱা হ’ল দেশৰ ১৩তম ৰাষ্ট্ৰপতিক ৷ ইয়াৰ লগে লগে অৱসান হ’ল পাঁচ দহক
Read More...

দেশত ১২০ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ইতিমধ্যে ২৩০ বিশেষ ৰে’ল চলিছে ৷ ইয়াৰ পাচত আন ১২০ বিশেষ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ আনলক ৪ আৰম্ভ হোৱাৰ পাচত আৰম্ভ হৈছে মেট্ৰ’ ৰে’ল সেৱা ৷ ৰে’ল ব’ৰ্ডৰ সূত্ৰই জনোৱা মতে ৰে’ল চলাবৰ বাবে ৰাজ্যবোৰৰ লগত আলোচনা
Read More...

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ : ভাৰতক ৩৫০০ কোটি টকাৰ ঋণ জাপানৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে জাপানৰ দাতা এজেন্সী জাইকাই ভাৰতক ৩৫০০ কোটি টকাৰ ঋণ দিয়া উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত এক চুক্তিত স্বাক্ষৰ কৰিছে ৷ স্বাস্থ্য খণ্ডত আত্মনিৰ্ভৰ ভাৰত পেকেজ হিচাপে স্বাস্থ্য আৰু পৰিয়াল
Read More...

পূব মাজুলী আঞ্চলিক নাথ-যোগী ছাত্ৰ সন্থা গঠন

উজনি-মাজুলীঃ যোৱা ৩০ আগষ্টত মাজুলী জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ অন্তৰ্গত পূব মাজুলী আঞ্চলিকৰ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভা খনিত সভাপতিত্ব কৰে যোগী গাঁৱৰ গাওঁ উন্নয়ন সমিতিৰ সভাপতি অনন্ত নাথে | সভা খনিত উপস্থিত থাকে মাজুলী জিলা নাথ-যোগী
Read More...

ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী সন্থাৰ উদ্যোগত আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠানৰ আয়োজন

নলবাৰী : সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পী সন্থাৰ উদ্যোগত আজি নলবাৰী চহৰস্থিত হৰিমন্দিৰ প্ৰাংগনত এখন আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠান আয়োজন কৰা হয় । লক ডাউনৰ সময়চোৱাত শিল্পী সকলে থিয়েটাৰৰ মঞ্চ এৰিব লগা হৈছে । যাৰ বাবে থিয়েটাৰত জৰিত শিল্পী
Read More...

নলবাৰীৰ বামুন্দিত দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী : নলবাৰী জিলাৰ বামুন্দি গাঁওত আজি এটা দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ হয় । বামুন্দী গাঁওৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে এই দুষ্প্ৰাপ্য পক্ষীটো । দুপৰীয়াৰ ভাগত গাঁও খনৰে এজন সচেতন ব্যাক্তিয়ে এই দুষ্প্ৰাপ্য পক্ষীটোক
Read More...

‘কা’ বাতিলৰ দাবীত আছুৰ বাইক ৰেলী

তিনিচুকীয়া ১ ছেপ্তেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষা কথা কৈ প্ৰতিটো পদে পদে জাতিটোক চৰম প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ
Read More...

দেবাংগনা কলিতাক জামিন মঞ্জুৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দিল্লী উচ্চ ন্যায়ালয়ে উত্তৰ-পূৱ দিল্লীত হিংসাত্মক ঘটনাত পিনজ্ৰা টডৰ সদস্য দেবাংগনা কলিতাক জামিন মঞ্জুৰ কৰিছে ৷ লগতে কোৱা হৈছে তেওঁৰ উপস্থিতিত এটা 'শান্তিপূৰ্ণ আন্দোলন' দেখা গৈছে, যিটো ভাৰতৰ সংবিধানৰ ১৯ অনুচ্ছেদৰ
Read More...

নগাঁৱত নতুন উপায়ুক্তৰ আনুষ্ঠানিক ভাৱে দায়িত্বভাৰ গ্ৰহণ

নগাঁও, ১ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে ইতিমধ্যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কবিতা পদ্মনাভনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে। এই অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত
Read More...