Breaking

Browsing Category

মৰ্মাহত

তেজপুৰক বৌদ্ধিক নেতৃত্ব প্ৰদান কৰা সৰবৰহী সমাজকৰ্মী সত্যেন্দ্ৰনাথ শৰ্মাৰ দেহাৱসান 

তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা সত্যেন্দ্ৰনাথ শৰ্মাৰ আজি সন্ধিয়া তেজপুৰৰ টাইমছ হাস্পতালত দেহাৱসান ঘটাত তেজপুৰত শোকৰ ছাঁ
Read More...

ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সলিল সমাধি ঘটা তিনি গৰাকী কিশোৰ কিশোৰীক আমিনগাঁৱত ৰাজহুৱা…

আমিনগাঁৱত পহিলা বহাগৰ দিনাই আমিনগাঁওত সংঘটিত হৈছিল অতি শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ দুজন ছাত্ৰৰ লগতে এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু হৈছিল। সেই শোকাবহ দুৰ্ঘটনা আজিও অঞ্চলটোৰ ৰাইজে পাহৰিব পৰা নাই। শোকাবহ দুৰ্ঘটনাত মৃত্যু হৈছিল ১৪
Read More...

ৰঙালীৰ উৎসাহ উদ্দীপনাৰ মাজত আমিনগাঁৱত কৰুণ ঘটনা, দুই কিশোৰ এগৰাকী কিশোৰীৰ লুইতৰ সলিল সমাধি

শনিবাৰে ৰঙালী বিহু উৎসাহ উদ্দীপনাৰ মাজত উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত মেদিপাৰা অঞ্চলত এক কৰুণ ঘটনা সংঘটিত হয়। স্থানীয় দুজন কিশোৰ আৰু এজনী কিশোৰীয়ে লুইতৰ পানীত গা ধুবলৈ গৈছিল।
Read More...

প্ৰবীন বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক

ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷ উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত বিহুকুঁৱৰীৰ খিতাপ অৰ্জন কৰিছিল সৰবৰহী
Read More...

ডিব্ৰুগড়ৰ কছাৰী ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ৰ কছাৰী(পূজা )ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। উক্ত মৃতদেহটো চন্তোশ নামৰ এজন ব্যক্তিয়ে কৰ্ম স্থলিৰ পৰা নিজ গৃহলৈ বুলি গৈ থকোতে প্ৰত্যক্ষ কৰি মৃতদেহটো পাৰলৈ লৈ আহি আৰক্ষী প্ৰশাসনক খবৰ দিয়ে।
Read More...

মৰ্মান্তিক ঘটনা! অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত প্ৰান গ’ল কনমানি শিশুৰ

দৰং ওদালগুৰি জিলাৰ সীমান্তবৰ্তি ওৰাং থানাৰ অন্তৰ্গত ধনশ্ৰীত টেক্টৰৰ চেপাত এজনী কণমানিৰ মৃত্যু হয়। AS 27C 4479 নম্বৰৰ টেক্টৰৰ চেপাত কৰুণ মৃত্যুক সাৱটি লয় ধনশ্ৰীৰ দক্ষিণ চুৱাৰ
Read More...

উত্তৰ প্ৰদেশৰ গোৰখপুৰ ষ্টেচনত উদ্ধাৰ অসমৰ যুৱকৰ কটা মৃতদেহ

আন এক চাঞ্চল্যকৰ ঘটনা! উত্তৰ প্ৰদেশৰ গোৰখপুৰত অসমৰ লামডিঙৰ এজন যুৱকক দুটুকুৰাকৈ কটা অৱস্থাত উদ্ধাৰ হোৱা বুলি বাতৰি প্ৰকাশ পাইছে। খবৰ অনুসৰি যুৱকজনে মাকক ফোন কৰি কাতৰ অনুৰোধ জনাইছে, “মা, অনুগ্ৰহ
Read More...

শিলসাঁকোত অঘটন ! মহিলাই ল’লে চৰম সিদ্ধান্ত

গুৱাহাটীৰ শিলসাঁকোত চলি আছে উচ্ছেদ অভিযান। শিলসাঁকো বিল মুক্ত কৰাৰ পন প্ৰশাসনৰ। আজি দ্বিতীয় দিনাও প্ৰশাসনৰ বুলড'জাৰ চলিছে অবৈধ অট্টালিকাৰ ওপৰত। উচ্ছেদ চলি থকা সময়তেই আজি এটা অট্টালিকাৰ পৰা জপিয়াই এগৰাকী মহিলাই আত্মহত্যাৰ পথ বাচি লোৱা
Read More...

জিমত ৱৰ্কআউট কৰি থকা অৱস্থাত হাৰ্ট এটেকত মৃত্যু ২৪ বছৰীয়া যুৱকৰ…

জিমত ৱৰ্কআউট কৰি থকা অৱস্থাত হাৰ্ট এটেকত মৃত্যু হয় এজন ২৪ বছৰীয়া যুৱকৰ ! হায়দৰাবাদৰ এটা জিমৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ আছে এটা হৃদয় বিদাৰক ভিডিঅ’ য’ত জিমত ৱৰ্কআউটৰ সময়ত এজন ২৪ বছৰীয়া যুৱক ঢলি পৰে। যুৱকজন কৰ্মৰত আছিল আৰক্ষী জোৱানত !
Read More...