Breaking

Browsing Category

মৰ্মাহত

শিৱসাগৰৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দূৰ্গাধৰ বৰাৰ পৰলোকপ্ৰাপ্তি;…

শিৱসাগৰৰ নামতি চেতিয়া গাঁৱৰ নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি শিক্ষাবিদ, সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ দূৰ্গাধৰ বৰাৰ৷ শিক্ষাজগত আৰু বিভিন্ন সমাজিক অনুষ্ঠান প্রতিষ্ঠানৰ লগত জড়িত থকা
Read More...

জাতীয়তাবাদী চিন্তাধাৰাৰ বিশিষ্ট চিন্তাবিদ, সুবক্তা বিশিষ্ট শিক্ষাবিদ, অধিবক্তা, প্ৰবীণ সাংবাদিক…

অসমৰ জাতীয়তাবাদী ধাৰাৰ বিশিষ্ট চিন্তাবিদ ,ঐতিহাসিক অসম আন্দোলনত সমুখৰ পৰা নেতৃত্ব প্ৰদান কৰা সুবক্তা ,টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অধিবক্তা, সুদক্ষ ফুটবল ৰেফাৰী, ভলীবলৰ ৰেফাৰী, প্ৰবীণ সাংবাদিক টংলা নিবাসী ড° কেশৱ চন্দ্ৰ দত্ত আৰু
Read More...

ছৌদি আৰৱৰ মক্কাত অসমৰ আৰু দুজন হজযাত্ৰীৰ মৃত্যু

ছৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে এই বছৰ হজ তীৰ্থযাত্ৰাৰ সময়ত গৰমৰ বাবে ক্লান্তি আৰু হিটষ্ট্ৰ’কত ভোগা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মন্ত্ৰালয়ে এক বিবৃতিত কয় যে বৃহস্পতিবাৰে
Read More...

দুঃসংবাদ! মক্কাত মৃত্যু শিৱসাগৰৰ হজ যাত্ৰীৰ

ঈদৰ প্ৰাকমুহূৰ্তত মক্কাৰ পৰা আহিল এটা দুঃসংবাদ৷ মক্কাৰ হজ যাত্ৰাত অঘটন। শিৱসাগৰৰ সঞ্জীৱ বড়া নামৰ এজন হাজীৰ মৃত্যু হৈছে মক্কাত৷ পত্নীৰ সৈতে হজ যাত্ৰালৈ গৈছিল
Read More...

ৰহাৰ খলিহামাৰীত গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত দম্পত্তিৰ কৰুণ মৃত্যু

ৰহাৰ খলিহামাৰীত গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত এহাল দম্পত্তিৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ ৰহা। দুখন চিতাত একেসময়তে জ্বলি উঠিল পতি-পত্নীৰ মৃতদেহ। বুধবাৰে নিশা সংঘটিত এই নিৰ্মম ঘটনাত প্ৰাণ হেৰুৱালে খলিহামাৰীৰ ভদ্ৰেশ্বৰ নাথ(৬০) আৰু তেওঁৰ
Read More...

তেজপুৰৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক কৰ্মী অমল সেনগুপ্তৰ দেহাৱসান

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক সংগঠক আৰু দুৰদৰ্শন ধাৰাবাহিকৰ প্ৰযোজক তথা সৰবৰহী ব্যক্তি অমল সেনগুপ্তৰ শুকুৰবাৰে দুপৰীয়া হৃদৰোগত আক্ৰান্ত হৈ ৫৪ বছৰ বয়সত বিয়োগ ঘটাত তেজপুৰৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে৷
Read More...

ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰাজীৱ ফুকনৰ মৃত্যুত টেঙাখাতত শোকৰ ছাঁ

টেঙাখাত আৰক্ষী থানা অধীনৰ ভাজনী গাওঁ নিবাসী তথা টাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি, সাংস্কৃতিক কৰ্মী ৰাজীৱ ফুকন ওৰফে পিতি (৩৮)ৰ শনিবাৰে পুৱা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ হোৱাৰ বাতৰি বিয়পি পৰাৰ
Read More...

প্ৰাক্তন টেনিছ খেলুৱৈ দীপক কুমাৰ দাসৰ মৃত্যুত গুৱাহাটী টেনিছ সন্থাৰ গভীৰ শোক প্ৰকাশ

গুৱাহাটী-প্ৰাক্তন ৰাজ্যিক টেনিছ চেম্পিয়ন আৰু প্ৰবীণ টেনিছ খেলুৱৈ দীপক কুমাৰ দাসৰ আজি (২৫ মে, ২০২৩) আকস্মিক বিয়োগ ঘটে। তেওঁৰ মৃত্যুত গুৱাহাটী টেনিছ সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে টেনিছ ক্ষেত্ৰখনলৈ
Read More...

জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কৰ্ম! জুইত পুৰি ছাই হ’ল আঠটা ছাগলী, ষাঠি টা হাঁহ কুকুৰা…

ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ লক্ষীগঞ্জ গাওঁ পঞ্চায়তৰ অন্তৰ্গত শুকলাৰটাৰী গাঁৱত হয় এক নিকৃষ্ট কাণ্ড। বুধবাৰে মাজনিশা প্ৰায় এক মান বজাত দুৰ্বৃত্তই আলাদ্দি সেখ তথা আলেমা বিবিৰ বাসগৃহৰ এটা গোহালিত
Read More...

নগৰবেৰাত শোকাকুল পৰিৱেশ! কইনা আনিবলৈ গৈ ওভতা পথত প্ৰাণ গ’ল তিনি বিবাহযাত্ৰীৰ…

নগৰবেৰাত শোকাকুল পৰিৱেশ, দ’ৰাৰ লগত গৈ ঘৰলৈ ওভতা পথত প্ৰাণ গ’ল তিনিজনকৈ বিবাহযাত্ৰী যুৱকৰ।দ’ৰাৰ ঘৰ নগৰবেৰাৰ দোকুচিত, কইনাৰ ঘৰ বকোৰ ৰায়পাৰা মেধিপাৰাত। বিয়া শেষ হোৱাৰ পূৰ্বে এল্ট’ এখনত উঠি দ’ৰাৰ খুড়াকৰ ল’ৰা, সম্পৰ্কীয় ভাতৃ ভাস্কৰ ঠাকুৰীয়া আৰু
Read More...