Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

গৰুখুতি প্ৰকল্প পৰিদৰ্শন সদৌ অসম উন্নয়ন পৰিষদৰ

পদ্ধতিগত ভাবে এটা নিৰ্দিষ্ট পৰ্য্যায়ত উপনীত হৈছে গৰুখুতি কৃষি প্ৰকল্প।সৌ সিদিনালৈ বেদখল কাৰী ৰ কৱলত থকা ৬৪৬ বিঘা মাটিত এতিয়া সপোনৰ গজালি মেলিছে অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত। তিল আৰু মাহ জাতীয় শস্য সিচা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে।
Read More...

ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

নামখলা স্থিত সাহিত্য সভা ভৱনত ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নৱজ্যোতি শৰ্মাৰ আহবান মৰ্মে ছিপাঝাৰ ফৰামৰ সভাপতি জেষ্ঠ সাংৱাদিক কণ আলী হাজৰিকাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। সভাখনত ভবিষ্যত কাৰ্য্যপন্থা
Read More...

বিধায়ক আৰু জিলা প্ৰশাসনৰ উপস্থিতিত বাসুগাওঁৰ দুৰ্গাপূজা পৰ্যালোচনা সভা

 নামনি অসমৰ দূৰ্গাপূজাৰ ক্ষেত্ৰত চিৰাং জিলাৰ বাসুগাঁও অন্যতম। য'ত শতবৰ্ষ পূৰ্ণ কৰা পূজা সমিতিৰ পৰা আৰম্ভ কৰি দুবাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ প্ৰাপ্ত পূজা সমিতিয়ে বাসুগাঁওৰ দূৰ্গাপূজালৈ ভক্তৰ আকৰ্ষণ বৃদ্ধি কৰি আহিছে। তাৰ বাবেই বাসুগাঁওৰ
Read More...

বৰনৰ্দ্দীত সুশীলভূষণ শৰ্মাৰ ‘ধৰ্ম আৰু অৰ্থ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

“ প্ৰকৃত ধাৰ্মীক লোকে কোনো কালে অৰ্থৰ পিছত দৌৰি নুফুৰে ৷ অৰ্থ মানুহক লাগে, কিন্তু প্ৰয়োজনতকৈ অধিক অৰ্থৰ কি প্ৰয়োজন ৷ জ্ঞান , ধৰ্ম একফাল আৰু অৰ্থ একফাল ৷ আমাক অৰ্থ আৰু ধৰ্ম দুয়োটাৰে প্ৰয়োজন ৷ প্ৰকৃত ধাৰ্মিকৰ মনত অৰ্থৰ কোনো মূল্য নাই ”৷
Read More...

চামতাত কবি গণেশ বৰ্মনৰ কাব্যগ্ৰন্থ “গান্ধাৰী জোনাক” উন্মোচন

 “ কবিতা হ’ল মনৰ ভাৱ ৰূপক, ব্যঞ্জনাৰে প্ৰকাশ কৰা এক কাব্যালাপ ৷ সকলো মানুহে কবিতা লিখিব নোৱাৰে ৷ যি সকলে কবিতা লিখে বা ৰচনা কৰে তেওলোকে নিজে লিখা মনৰ ভাব কবিতা হৈছেনে হোৱা নাই তাকলৈ বেছি চিন্তিত হব নেলাগে ৷ কবিয়ে কেতিয়াও হীনমান্যতাত ভোগা
Read More...

কেন্দ্ৰীয় স্বহীদ পৰিয়াল সন্থাৰ উদ্যোগত সংবাদমেল

বিটিআৰ বড়োভূমিত অস্ত্ৰধাৰী সংগঠনৰ উদ্ভৱ হোৱা, আত্মসমৰ্পণ কৰা, বৰ্তমান সময়ত প্ৰতিযোগিতাৰ দৰে হৈ পৰিছে!সেয়েহে সঘনে হত্যাকাণ্ড  ইনকাউন্টাৰ অপৰাধজনিত সংঘৰ্ষ, আৰু নিৰ্দুষী লোকক আৰক্ষীয়ে হত্যা কৰা ঘটনা সন্দৰ্ভত আজি কেন্দ্ৰীয় শ্বহীদ পৰিয়াল
Read More...

মাজবাটত ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ ধন সংগ্ৰহ

কেইবাদিন ধৰি সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ গাঁও অঞ্চল সমূহত প্ৰৱেশ কৰি ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰাৰ ঘটনাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক শলঠেকত পেলৈছিল । চাৰিফালে ইয়াক লৈ ব্যাপক চৰ্চা হোৱাত কেইবাটাও বাতৰি কাকতেই এই
Read More...

খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট

ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট। উল্লেখ্য যে খাগ্ৰাবাৰী অঞ্চলত শ্বহীদ হোৱা ১২ জনকৈ মহান ব্যক্তিৰ স্মিতিৰ সোৱৰণত বিগত ২৬ বছৰে খাগ্ৰাবাৰী আঞ্চলিক এবছুয়ে
Read More...

নিমপুলি জী নুঠাত উচুপিল ডিমৌৰ প্ৰকৃতিপ্ৰেমী

 বৃক্ষ, পৰিৱেশ, প্ৰকৃতিৰ সৈতে গভীৰভাৱে আত্মীয়তা গঢ় লৈ উঠা এক আৱেগিক পৰিৱেশৰ সাক্ষী হৈ ৰ'ল হাতীবৰুৱা দেওশাল। শিৱসাগৰৰ জিলাৰ পাটসাঁকো দেওধাই আখৈয়া হাতীবৰুৱা দেওশালত স্থানীয় প্ৰকৃতিপ্ৰেমী আৰু যোৰহাটৰ পৰা যোৱা নিমপুলি প্ৰাকৃতিক সংস্থাৰ
Read More...

বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আক্ৰাছুৰ দশম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

 সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দশম দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৷ সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত অধিৱেশন উপলক্ষে পুৱাৰ ভাগত
Read More...